জ’ বাইডেনৰ নতুন ভিচা নীতি; কিদৰে লাভাম্বিত কৰিব আমেৰিকাৰ প্ৰৱাসী ভাৰতীয়ক…

আমেৰিকাৰ জনগণে ড’নাল্ড ট্ৰাম্পক নস্যাৎ কৰাৰ পাছত হোৱাইট হাউছ দখল কৰিলে জ’ বাইডেনে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ এইচ১বি ভিচা আৰু গ্ৰীণ কাৰ্ড যোজনাৰ জৰিয়তে হাজাৰ হাজাৰ ভাৰতীয় লাভাম্বিত হ’ব। প্ৰতিবছৰে এইচ১বি ভিজাৰ ৭০% কোটা ভাৰতীয় সকলৰ একাউন্টৰ পৰা কৰ্তন হৈছিল।ভাৰতীয় মূলৰ কমলা হেৰিছৰ লগতে বাইডেনৰ বিশ্বাস যে তেওঁলোকে ট্ৰাম্পৰ শাসনৰ সময়ত হোৱা এইচ১বি ভিজা ব্যৱহাৰ কৰা সকলৰ পতি বা পত্নীৰ কৰ্ম প্ৰমাণপত্ৰত বন্ধ ৰখা প্ৰক্ৰিয়া শেষ কৰিব। বাইডেনে এই ভিচাত প্ৰতিখন দেশৰ বাবে নিৰ্ধাৰিত কোটা ব্যবস্থাও নিঃশেষ কৰিব।ট্ৰম্প প্ৰশাসনৰ সময়ত প্ৰবাসী সকলৰ ওপৰত লগোৱা কৰে ভাৰতীয় প্ৰৱাসী সকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল

Comments (0)
Add Comment