দীৰ্ঘদিনৰ চৰ্চাৰ পাছত অৱশেষত সক্ৰিয় ৰাজনীতিত নামিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী। মঙলবাৰে অসম গণ পৰিষদত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে।গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা যোগদান কাৰ্যসূচীত
দিনৰ ১১ বজাত পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব অগপত।