অসমৰ চিনেমালৈ শ্ৰেষ্ঠ ছবিৰ সন্মান।
গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ ওপৰত শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰে।
কৃপাল কলিতা পৰিচালিত ‘ব্ৰীজ’ নামৰ ছবিখনে লাভ কৰিছে এই সন্মান ।
২০২০ বৰ্ষৰ ৫১তম ভাৰতীয় পেনোৰামাত একমাত্ৰ চিনেমা হিচাপে নিৰ্বাচিত হোৱা ‘ব্ৰীজ’ ছবিখনে বিশ্বৰ ১৬ খনকৈ অধিক চলচ্চিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে ।
অকলেণ্ড চলচিত্ৰ সমাৰোহত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল ।