হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলিক চিকিৎসালয়ত ভৰ্তি

শনিবাৰ পুৱাই শাৰীৰিক ব্যায়াম কৰি থকা অৱস্থাত অসুস্থ হৈ পৰে এসময়ৰ ভাৰতীয় দলৰ অধিনায়ক সৌৰভ গাংগুলি ।বুকুৰ বিষ অনুভৱ হোৱাৰ পাছতে অসুস্থ হৈ পৰে অধিনায়ক গাংগুলি ।
পৰিয়ালৰলোকে ততাতৈয়াকৈ কলকাতাৰ উদলেণ্ড হস্পিতালত ভৰ্তি কৰায় ।

“পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে গাংগুলি আশু আৰোগ্য কামনা কৰি টুইট কৰে”

চিকিৎসালয়ৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৪৮ বছৰীয়া গাংগুলিক এনজিওপ্লাষ্টি ৰ প্ৰয়োজন হ’ব ।বৰ্তমান তেওঁ সুস্থ চিন্তাৰ কোনো কাৰণ নাই বুলিও জনায় চিকিৎসকৰ দলে

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment