ৰাম মন্দিৰৰ বাবে বৰঙণি সংগ্ৰহ অভিযান আৰম্ভ
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বৰঙণিৰে শুভাৰম্ভ কৰে এই অভিযানৰ
ৰাম মন্দিৰৰ বাবে ভাৰতীয় ধন কুবেৰৰ ১১ কোটি টকা দান
হীৰা ব্যৱসায়ী গোবিন্দভাই ঢোলকিয়াৰ ৰাম মন্দিৰলৈ ১১ কোটি টকা
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ১ লাখ টকাৰ বৰঙণি আগ বঢ়ায়
১৫ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ চলিব ৰাম মন্দিৰৰ বাবে বৰঙণি সংগ্ৰহ অভিযান
নূন্যতম ১০ টকাৰ পৰা ৰাম মন্দিৰৰ বাবে বৰঙণি আগবঢ়াব পাৰিব