কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন প’পষ্টাৰ ৰিহানাৰ

ভাৰতত অহৰহ চলি থকা কৃষকৰ প্ৰতিবাদলৈ এইবাৰ সমৰ্থন
আগবঢ়ালে আন্তঃৰাষ্ট্ৰীয় প’পষ্টাৰ ৰিহানা আৰু পৰিৱেশ কৰ্মৱ থানবাৰ্গে ৷

টুইটাৰত ১০০ মিলিয়নতকৈ অধিক অনুৰাগী থকা ৰিহানাই টুইটযোগে কৃষকসকলৰ প্ৰতি সমৰ্থন জনাই লিখে যে,
“আমি কিয় এই বিষয়ত কথা নাপাতিম ?

প্ৰতিবাদী কৃষকৰ প্ৰতিবাদস্থলীত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ প্ৰসংগতো ৰিহানাই ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷

আনহাতে, শিশু পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই লিখে, ‘‘আমি ভাৰতৰ কৃষকৰ প্ৰতিবাদৰ সৈতে একতাৰে থিয় হৈছো৷” ইয়াৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশ , পঞ্জাৱ , হাৰিয়ানা তথা উত্তৰ প্ৰদেশৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিবাদী শ্ৰমিকে এতিয়াও দিল্লীৰ সীমান্তত অব্যাহত ৰাখিছে কৃষি আইন বিৰোধী প্ৰতিবাদ

best news portal in assam top news channel assam best web portal in assam online news assam latest news assamThe biggest news portaltop web portal in assam
Comments (0)
Add Comment