পাঁচ টকাৰ বাবে কন্যাহত্যা

মহাৰাষ্ট্ৰৰ গোণ্ডা জিলাত সংঘটিত হৈছে এক নৃশংশ হত্যাকাণ্ড ৷

পাঁচ টকাৰ বাবেই নিজ পিতৃয়ে হত্যা কৰিলে নিজ জীয়ৰী সন্তানক ৷

এই পাষান পিতৃৰ ডেৰবছৰীয়া জীয়ৰীয়ে কান্দি থকাৰ বাবে মাতৃয়ে কান্দোন ৰখাবৰ বাবে কিবা আনিবলৈ স্বামীক বিচাৰিছিল ৫ টকা ৷

তাৰ পাছতেই খঙত উত্ৰাৱল হৈ পিতৃয়ে মাটিত আচাৰিবলৈ ধৰিলে নিজ সন্তানক ৷

যাৰ ফলত অতি গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে মৃত্যুৰ মুখত পৰে ডেৰ বছৰীয়া কন্যা ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assamenews north east
Comments (0)
Add Comment