চৰকাৰী কৰ্মচাৰীৰ জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক সুখবৰ ৷

কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক সিদ্ধান্তৰ ৷

অল ইণ্ডিয়া কনজ্যুমাৰ প্ৰাইচ ইনডেক্স প্ৰকাশ কৰাৰ পিছতে এতিয়া কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধি কৰাৰ এক সিদ্ধান্তৰ হাতত লৈছে ৷

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৰ্তমানৰ যি ১৭ শতাংশ লাভ কৰি আছে , সেয়া বৃদ্ধি কৰি ২১ শতাংশ কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে ৷
চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখনীয় যে পূৰ্বতে ২০২০ চনৰ মাৰ্চৰ মন্ত্ৰীসভাত যি ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল , কৰ’ণাৰ সন্ত্ৰাসৰ বাবে সেয়া থমকি ৰ’ল।

বৰ্তমান স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰি অহাত পুনৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ যাৰ বাবে লাভৱান হ’বো৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment