নিজৰ চুলি নিজে খাই ভোক গুচোৱা এগৰাকী কিশোৰী

ভোক লাগিলে প্ৰয়োজনীয় অথবা প্ৰিয় আহাৰ খাই ভোক গুচাই সকলোৱে ৷

কিন্ত এইবাৰ এগৰাকী ব্যতিক্ৰমী কিশোৰীয়ে নিজৰ নখ আৰু চুলি খাই ভোক গুচোৱাৰ কথা পোহৰলৈ আহিছে ৷

লণ্ডনৰ এগৰাকী কিশোৰী যাৰ পেটত ওলাইছে ৪৮ চেন্টিমিটাৰৰ চুলিৰ বল এটা ৷

চিকিৎসকৰ তথ্য অনুসৰি এই কিশোৰীগৰাকী এতিয়া আক্ৰান্ত ৰাপুণজেল চিণ্ড্ৰোম নামেৰে এক বিৰল তথা ভয়াৱহ ৰোগত ৷

কিছুদিন ধৰি পেটৰ বিষত আক্ৰান্ত হৈ আছিল কিশোৰীগৰাকী ৷

ইয়াৰ পাছতে চিকিৎসকৰ ওচৰলৈ নিয়া হয় কিশোৰীগৰাকীক ৷

চিকিৎসকৰ এক অস্ত্ৰোপচাৰত পেটৰ পৰা ওলাল চুলিৰ বলটো ৷

অতি বিৰল এই ৰোগবিধত আক্ৰান্ত কিশোৰীগৰাকী সমান্তৰালভাৱে মানসিক ৰোগতো আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment