গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসত ভয়ংকৰ অগ্নিকাণ্ড।
নিমিষতে জ্বলি গ’ল ছাত্ৰী নিবাসৰ এটা কোঠালি।
বিশ্ববিদ্যালয় গান্ধী ভৱন ছাত্ৰী নিবাসত ঘটে এই ঘটনা ।
জ্বলাই থোৱা চাকিৰ পৰা সূত্ৰপাত ঘটে জুইৰ ।
জুই নোমোৱাৰ বাবে চেষ্টা চলাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
জ্বলিগ’ল ছাত্ৰীৰ সকলোবোৰ যাৱতীয় সামগ্ৰীৰ লগতে কিতাপ ।
অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সক্ষম হয় ।
অগ্নিকাণ্ডত কোনো ছাত্ৰী আহত হোৱা নাই।
গান্ধী ভৱন গৱেষিকা ছাত্ৰী নিবাসত ঘটে ঘটনাটো ।