সূৰ্পনখাৰ নাক কটা শুনিছে কিন্তু এইবাৰ সম্পূৰ্ণ ওলোটা ঘটনা এটা ঘটিল বিহাৰৰ গোপালগঞ্জত ।
পত্নীৰ সৈতে মতৰ অমিল হোৱাৰ বাবে পত্নী ঘূৰি গ’ল মাকৰ ঘৰলৈ ।পৰৱৰ্তী সময়ত পত্নীক সৈমান কৰাবলৈ শহুৰেকৰ ঘৰত গৈ বিপদত পৰিল স্বামী ।পত্নীয়ে ব্লেডেৰে স্বামীৰ গোপন অংগ কাটি পলায়ন কৰে ।
উত্তৰ প্ৰদেশৰ কোশীনগৰত জিলাৰ ৰামপুৰ চৌৰাহাৰ ।গোপন অংগ কটাৰ বাবে স্বামী গোবিন্দ কুমাৰ বৰ্তমান গুৰুতৰ অৱস্থাত গোপালগঞ্জ সদৰ হাস্পতালত ভৰ্তি হৈ আছে ।ভুক্তভোগী স্বামীয়ে জনোৱা মতে ৮মাহ পূৰ্বে হোৱা বিবাহৰ পাছত পত্নীয়ে গহনা পাতি লৈ পলায়ন কৰিছিল ।
৪০ দিনৰ পিছত বহুতো বুজনি দিয়াৰ পিছত পুনৰ উভতি আহিল যদিও পত্নীয়ে পুনৰ দ্বিতীয়বাৰ ঘৰ এৰি পলায়ন কৰিছিল ।৪০দিনৰ পিছত বহুতো বুজনি দিয়াৰ পিছত পুনৰ উভতি আহিল যদিও পত্নীওয়ে পুনৰ দ্বিতীয় বাৰ ঘৰ এৰি মাকৰ ঘৰ পালেগৈ ।
স্বামীয়ে পত্নীক ঘূৰাই আনিবলৈ পত্নীৰ ঘৰ পালেগৈ ।নিশা আহাৰ গ্ৰহণ কৰাৰ পাছত শুই থকা অৱস্থাত চোকা ব্লেডেৰে গুপ্তাঙ্গ কাটি পলায়ন কৰে ।যুৱকজনে তৎক্ষণাৎ নিজৰ পৰিয়াললৈ ফোন কৰে আৰু গুৰুতৰ অৱস্থাত যুৱকজন নিজৰ পৰিয়াললৈ ফোন কৰে আৰু গুৰুতৰ অৱস্থাত যুৱকজনক নিজৰ পৰিয়ালৰলোকে উপস্থিত হৈ হাস্পতাললৈ লৈ যায় ।এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।