ৰেলত প্ৰায়ে জুইৰ সূত্ৰপাত হোৱা দেখা যায় আৰু ইয়াৰ প্ৰধান কাৰণ চৰ্ত চাৰ্টকিত সেয়েহে ৰেলৱে যাত্ৰীসকলক আবেলি ১১বজাৰ পৰা ৫বজাৰ ভিতৰত ম’বাইল চার্জিং কৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । পশ্চিমৰ ৰেলৱে সমূহে ইতিমধ্যে ১৬ মাৰ্চৰ পৰা এই প্ৰক্ৰিয়া সমূহ আৰম্ভ কৰিছে ।
“সকলো ৰেলৰ বাবে প্ৰযোজ্য হব ৰেলৱে বোৰ্ডৰ এই নিৰ্দেশনা ।
২০১৪ চনত ৰে’লৱে সুৰক্ষা আযুক্তই বাংগালোৰ- হাজুৰ চাহিব নাণ্ডেদ এক্সপ্ৰেছত জুইৰ ঘটনাৰ পিছতে নিশা ১১বজাৰ পৰা পোৱা ৫বজালৈ চার্জ বন্ধ কৰাৰ পৰামৰ্শ দিছিল।
ৰেলত ধূমপান আৰু দাহ্য সামগ্ৰী বহন কৰাৰ বিৰুদ্ধে আগৰ পৰাই নিষিদ্ধ তথাপিও শেহতীয়াকৈ ৰেলত লগা জুইৰ অন্যতম কাৰণ আছিল ।