১,২০০ কোটিত বিক্ৰী ৰিলায়েন্স ইনফ্ৰাৰ মুখ্য কাৰ্যালয়

১,২০০ কোটি টকাত ৰিলায়েন্স ইনফ্ৰাচষ্ট্ৰাকচাৰ লিমিটেডে মুম্বাইৰ ছান্টাক্ৰুজত থকা মুখ্য কাৰ্যালয় বিক্ৰী কৰিছে য়েছ বেংকক ৷

ৰিলায়েন্স ইনফ্ৰাচষ্ট্ৰাচাৰে প্ৰকাশ কৰিছে যে এই ধনৰাশিৰে য়েছ বেংকৰ ঋণ পৰিশোধ কৰা হ’ব।

ইয়াৰ পূৰ্বে দেখা গৈছিল অনিল আম্বানি মালিকাধীন ৰিলায়েন্স ইনফ্ৰাচষ্ট্ৰাকচাৰে দিল্লী আগ্ৰা টোল ৰোড , বিদ্যুত প্ৰৱাহনৰ সম্পদকে ধৰি জৰনুৱাৰীৰ পৰা তিনিটাকৈ গুৰুত্বপূৰ্ণ সম্পদ বিক্ৰী কৰিছে ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment