যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা কৰ’নাত আক্ৰান্ত হৈছে।
শেহতীয়াকৈ ক’ভিড টেষ্টত তেওঁৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে ।
বৰ্তমান জি এম চি এইচৰ ছুপাৰ স্পিচিয়েলিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে শিল্পী গৰাকী ।
কিছু পৰিমাণে অসুস্থ হৈ পৰা চিত্ৰশিল্পীগৰাকীক বৰ্তমান জি এম চি এইচৰ ছুপাৰ স্পিচিয়েলিটি হস্পিটেলত ভৰ্তি কৰা হৈছে।
উল্লেখযোগ্য যে,নীলপৱন বৰুৱাৰ গুণমুগ্ধসকলে তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে।