পিতৃৰ কামনাৰ বলি ১০ বছৰীয়া কন্যা

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা এইখন অসমত।

পিতৃৰ কামনাৰ বলি ১০ বছৰীয়া কন্যা। নিজৰ ১০ বছৰীয়া কন্যাক দুদিন ধৰি ঘৰতে আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল টুনটুন মানকি নামৰ নৰাধম পিতৃয়ে।

ধৰ্ষিতা কন্যাৰ মাতৃৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ধৰ্ষণকাৰী পিতৃক। লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বেহেৰাবস্তিত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment