বলিউড অভিনেতা বৰুণ ধৱানে গ্ৰহণ কৰিলে ভেকচিনৰ প্ৰথম ড’জ

সমগ্ৰ দেশত কোভিডে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে বলিউড অভিনেতা বৰুণ ধৱানে গ্ৰহণ কোৰোনা ভেকচিনৰ প্ৰথম ড’জ ।
৩৪বৰ্ষৰ অভিনেতা বৰুণ ধৱানে ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচনৰ হস্পিতালত গ্ৰহণ কৰে ভেকচিনৰ প্ৰথমটো ড’জ ।


গুলপীয়া পোলো চাৰ্ট আৰু বেইজ কাৰ্গ পিন্ধা বৰুণ ধৱানে এজন স্বাস্থ্য কৰ্মীৰ পৰা ভেকচিনৰ টিকা লৈ থকাৰ কিছু ফটো শ্বেয়াৰ কৰে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত ।
ইয়াৰ লগতে হেজটেগ ভেকচিনেটেড বুলি লিখি চিকিৎসক সকলক ধন্যবাদ জনায় ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment