অখিল গগৈয়ে মাতৃৰ গাত ধৰি শপত খাই কলে “মোক দুই নম্বৰী কামত নাপাব “

জেলৰ পৰা মুকলি হোৱাৰ পিছতে অখিল গগৈয়ে শিৱসাগৰৰ নিজৰ বাসগৃহত উপস্থিত হয় । ঘৰত উপস্থিত হোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধ গোট খালেহি অখিল গগৈৰ বাসগৃহত ।

মাতৃক সাৱটি ধৰি সুখত আত্মহাৰা হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত জনায় যে -“মই কেতিয়াও MLA হোৱাৰ কথা ভবা নাছিলো ।ৰাইজৰ দেশত ৰাইজে ৰজা মোক ৰাইজে জয়ী কৰিছে ।মোক কেইটাও MLA ভেমত বা MLA ৰ দুর্নীতিত ,দুই নম্বৰী কামত মোক নাপাব ।মোৰ যি সংগ্ৰামী সত্তা সেয়া সদায় জীয়াই ৰাখিম ।এই কথা মই মোৰ মাৰ গাত ধৰি শপত খাই কৈছো। “

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment