কাইলৈ মহালয়া

কাইলৈ মহালয়া। দুৰ্গা পূজা তথা শাৰদীয় উৎসৱৰ আনন্দৰ বতৰা লৈ কাইলৈ ধৰালৈ নামি আহিব দেৱী দুৰ্গা। দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা হৈ আহিব দুৰ্গতিনাশিনী। দুৰ্গা পূজাক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে ব্যাপক প্ৰস্তুতি। পূজাৰ মণ্ডপ সজাৰ পৰা বজাৰত গ্ৰাহক-ব্যৱসায়ীৰ এইকেইদিন ব্যস্ততাৰ শেষ নাই। মৃণ্ময় শিল্পীসকলো ব্যস্ত প্ৰতিমাত অন্তিম পৰশ দিয়াত।

বুধবাৰে পুৱা ৪ বাজি ৩৫ মিনিটৰ পৰাই আৰম্ভ হ’ব মহালয়াৰ শুভক্ষণ। মহালয়ৰ দিনৰ পৰাই পিতৃ পক্ষৰ অন্ত পৰি শুভাৰম্ভ হয় দেবী পক্ষ বা মাতৃ পক্ষৰ।আৰু এইবাৰ অহা ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ষষ্ঠী পূজা । ১২ অক্টোবৰত সপ্তমী, ১৩ অক্টোবৰত অষ্টমী, ১৪ অক্টোবৰত নৱমী আৰু ১৫ অক্টোবৰত দশমী পূজা।

#durgapuja #socialmedia #viral #covidsopbest news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment