বিশ্বৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাতা ভাৰতে কৰোনা ভাইৰাছ মহামাৰীৰ বিধ্বংসী দ্বিতীয় ঢৌৰ মাজত ভাৰতত ভেকচিনৰ চাহিদা বৃদ্ধি হোৱাত যোৱা এপ্ৰিলত মাহত ভেকচিন ৰপ্তানি সাময়িকভাৱে স্থগিত ৰাখিছিল। কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উল্লেখ কৰিছে যে ভাৰতে কৰোনা ভাইৰাছ ভেকছিনৰ যোগান চুবুৰীয়া দেশৰ সমূহৰ সৈতে পুনৰ আৰম্ভ কৰিব ।
তেখেতৰ মন্তব্যৰ পিছতে ভাৰতে ভেকচিন বিতৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক বলিষ্ঠ পদক্ষেপ । “ভেকচিন মৈত্ৰী” নামৰ এক নতুন কাৰ্যসূচী আৰম্ভ কৰিছে ভাৰতে যাৰ অধীনত ৪খন দেশলৈ ৰপ্তানি কৰা হ’ল। সেই দেশ সমূহ ক্ৰমে – নেপাল, ম্যানমাৰ, ইৰাণ আৰু বাংলাদেশে ।
very fast news update,best news portal from north east. I always visit this site for latest news.