শিক্ষাৰ্থীৰ বাবে আগবঢ়োৱা হৈছে জলপানি

ক’ভিডজনিত সমস্যাৰ সম্মুখীন হোৱা শিক্ষাৰ্থীৰ বাবে আগবঢ়োৱা হৈছে জলপানি । SBI General Insurance Company Limited ৰ তৰফৰ পৰা নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীৰ বাবে ঘোষণা কৰা হ’ল এই বিশেষ সুবিধা ।

যিসকল শিক্ষাৰ্থীয়ে ক’ভিডৰ সময়ছোৱাত পিতৃ বা মাতৃক হেৰুৱাইছে অথবা কোনো ব্যক্তিৰ উপাৰ্জনৰ পথ বন্ধ হৈছে তেওঁলোকলৈ আগবঢ়োৱা হ’ব ৩৮,৫০০ টকা । জলপানিৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰে আৰু আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ ,২০২১ ।

#COVID#GOVTOFASSAM#SBI
Comments (0)
Add Comment