কাৰ্বি আংলঙত বিজেপিয়ে মাৰিব শেষ হাঁহি!

‘২৬ খনৰ 26 খনতেই জয়লাভ কৰিম’

‘শান্তি, প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব’

‘বিজেপিৰ লক্ষ্য কেৱল উন্নয়’

‘শান্তি, প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব’
কাৰ্বি আংলঙত এতিয়া উদয় হৈছে ন সূৰ্য্যৰ।এয়া সম্ভৱ হৈছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাবে।তুলিৰাম ৰংহাঙৰ বাবেই শান্তি প্ৰগতি আৰু উন্নয়নৰ ধ্বজা উৰিছে কাৰ্বি আংলংত।

২০১৩ চনৰ পৰাই কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদত মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাম কৰি আছে তুলিৰাম ৰংহাঙে।কাৰ্বি আংলঙত স্বাস্থ্য, শিক্ষা আৰু যাতায়তৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন দেখিবলৈ পোৱা গৈছে।আৰু এইবাৰো তুলিৰাম ৰংহাঙে ২৬ টা সমষ্টিতেই জয়লাভ কৰিব বুলি মন্তব্য কৰে।

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনক লৈ শাসকীয় বিজেপিৰ প্ৰচাৰাভিযান তীব্ৰগতিত আগবাঢ়িছে৷৮ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শেষ দিন ৬ জুন৷ কাৰ্বি আংলঙৰ সাধাৰণ জনতাৰো যেন বিজেপি দলৰ ওপৰত আছে দৃঢ় আস্হা।কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে বিজেপি দলৰ ওপৰত আছে আস্থা।

assamBJPkarbi anglong electiontuliram ranghang
Comments (0)
Add Comment