Indian Premier League-ৰ ১০টা দলত কোন কোন ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হ’ল আৰু কোন বাদ পৰিল? চাওক সম্পূৰ্ণ তালিকা

২০২৪ চনৰ IPLৰ মিনি নিলামৰ পাছতেই আই পি এলৰ ১০ টা দলে মুকলি কৰি দিছে ৮৯ গৰাকী ক্ৰিকেটাৰক।  Indian Premier League-ৰ ১০টা দলত কোন কোন ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হ’ল আৰু কোন বাদ পৰিল? চাওক সম্পূৰ্ণ তালিকা

কলকাতা নাইট ৰাইডাৰ্ছ : নীতিশ ৰানা, ৰিংকু সিং, ৰহমানুল্লাহ গুৰবাজ, শ্ৰেয়স আয়াৰ, জেছন ৰয়, সুনীল নাৰিনে, সূয়াশ শৰ্মা, অকুমাল ৰায়, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, হৰ্ষিত ৰানা, বৈভৱ অৰোৰা আৰু বৰুণ চক্ৰৱৰ্তী।

মুম্বাই ইণ্ডিয়ানছঃ ৰোহিত শৰ্মা, দেৱাল্ড ব্ৰেভিছ, সূৰ্য্যকুমাৰ যাদৱ, ঈশান কিষাণ, তিলক বৰ্মা, টিম ডেভিদ, বিষ্ণু বিনোদ, অৰ্জুন টেণ্ডুলকাৰ, কেমেৰন গ্ৰীণ, ছামছ মুল্লানী, নেহাল ৱাধেৰা, যশপ্ৰীত বুমৰাহ, কুমাৰ কাৰ্তিকেয়া, পীয়ুষ চাওলা, আকাশ মাধৱাল আৰু জেছন বেহৰেণ্ডৰ্ফ। ইয়াৰ উপৰিও মুম্বাইয়ে ট্ৰেড উইণ্ডোত ৰোমাৰিয়া শ্বেফাৰ্ডক অন্তৰ্ভুক্ত কৰিছে।

চেন্নাই ছুপাৰ কিংছঃ এম এছ ধোনি, ডেভন কনৱে, ৰিতুৰাজ গাইকৱাদ, অজিংক্য ৰাহানে, শ্বেখ ৰছিদ, ৰবীন্দ্ৰ জাডেজা, মিচেল ছাণ্টনাৰ, ময়েন আলী, শিৱম ডুবে, নিশান্ত সিন্ধু, অজয় ​​মণ্ডল, ৰাজবৰ্ধন হাংগাৰগেকাৰ, দীপক চহৰ, মহিষ থিক্ষনা, মুকেশ চৌধাৰী, প্ৰশান্ত সোলংকি, ছিমাৰজিৎ সিং, তুষাৰ দেশপাণ্ডে আৰু মথিছা পাথিৰানা।

ৰয়েল চেলঞ্জাৰ্ছ বাংগালোৰ: ফাফ ডু প্লেছিছ, গ্লেন মেক্সৱেল, বিৰাট কোহলী, ৰজত পাটিদাৰ, অনুজ ৰাৱত, দীনেশ কাৰ্তিক, সুৱাশ প্ৰভুদেছাই, উইল জেকছ, মহিপাল লমৰোৰ, কৰণ শৰ্মা, মনোজ ভাণ্ডাগে, বিজয়কুমাৰ বৈশাক, আকাশ দীপ, মহম্মদ চিৰাজ, ৰাইছ টপলি, হিমাংশু শৰ্মা আৰু ৰাজন কুমাৰ। ইয়াৰ উপৰিও ট্ৰেড উইণ্ডোত মায়ংক ডাগাৰক RCBয়ে লৈ যায়।

গুজৰাট টাইটানছঃ হাৰ্দিক পাণ্ডিয়া, বৃদ্ধিমান সাহা, শুভমন গীল, ডেভিদ মিলাৰ, মেথিউ ৱেড, কেন উইলিয়ামছন, অভিনৱ মনোহৰ, ছাই সুদৰ্শন, দৰ্শন নলকাণ্ডে, বিজয় শংকৰ, জয়ন্ত যাদৱ, ৰাহুল তেৱাটিয়া, মহম্মদ শ্বামী, নূৰ আহমেদ, ছাই কিশোৰ, ৰছিদ খান , জোছ লিটল আৰু মোহিত শৰ্মা।

দিল্লী কেপিটেলচ : ঋষভ পন্ত, ডেভিদ ৱাৰ্নাৰ, পৃথ্বী শ্ব’, অভিষেক পৰ্ডেল, অক্ষৰ পেটেল, ললিত যাদৱ, মিচেল মাৰ্ছ, যশ ধুল, প্ৰবীণ ডুবে, বিকি অষ্টৱাল, এনৰিচ নৰ্কিয়া, কুলদীপ যাদৱ, লুংগী ঙিদি, খলিল আহমেদ, ঈশান্ত শৰ্মা আৰু মুকেশ কুমাৰ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ কে এল ৰাহুল, কুইণ্টন ডিকক, নিকোলাছ পুৰাণ, আয়ুছ বদোনি, কাইল মেয়াৰ্ছ, মাৰ্কাছ ষ্টেইনিছ, দীপক হুদা, ৰবি বিষ্ণোই, নবীন উল হক, ক্ৰুনাল পাণ্ডিয়া, যুধবীৰ সিং, প্ৰেমক মানকাৰ, যশ ঠাকুৰ, অমিত মিশ্ৰ, মাৰ্ক উড, মায়ংক যাদৱ আৰু মহছিন খান। ট্ৰেড উইণ্ডো এঞ্জেল পৰীক্কালক LSGয়ে অন্তৰ্ভুক্ত কৰিছে।

ৰাজস্থান ৰয়েলছঃ সঞ্জু চেমছন, জোছ বাটলাৰ, শ্বিমৰন হেটমায়াৰ, যশৱী যছৱাল, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ড’নভান ফেৰেইৰা, কুনাল ৰাথোৰ, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ সেন, নৱদীপ ছাইনী, প্ৰসিদ্ধ কৃষ্ণ, সন্দীপ শৰ্মা, ট্ৰেণ্ট ব’ল্ট, যুদবেন্দ্ৰ চাহাল আৰু আদম জাম্পা। আবেশ খানকো ৰাজস্থান ৰয়েলছে অন্তৰ্ভুক্ত কৰিছে।

পঞ্জাৱ কিংছ : শিখৰ ধাৱন, জনী বেইৰষ্টো, জিতেশ শৰ্মা, প্ৰভসিমৰন সিং, মেথিউ শ্বৰ্ট, হৰপ্ৰীত ভাটিয়া, অথৰ্ব টাইড, ঋষি ধৱন, ছেম কাৰাণ, চিকন্দৰ ৰাজা, লিয়াম লিভিংষ্টন, গুৰনূৰ সিং, শিৱম সিং, ৰাহুল চহৰ, আৰ্শদীপ সিং, হৰপ্ৰীত ব্ৰাৰ , বিদ্ৱাথ কাবেৰাপ্পা, কাগিছো ৰাবাদা আৰু নাথান এলিছ

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ আব্দুল ছামাদ, এডেন মাৰ্কৰাম, ৰাহুল ত্ৰিপাঠী, গ্লেন ফিলিপছ, এনৰিচ ক্লাচেন, মায়ংক আগৰৱাল, আনমোলপ্ৰীত সিং, উপেন্দ্ৰ যাদৱ, নীতিশ ৰেড্ডী, অভিষেক শৰ্মা, মাৰ্কো জান্সেন, ৱাশ্বিংটন সুন্দৰ, সনবীৰ সিং, ভুৱনেশ্বৰ কুমাৰ, টি নটৰাজন, মায়ংক মাৰ্কণ্ডে, উমৰাণ মালিক আৰু ফজলহাক ফাৰুকী। এছ আৰ এইচে শ্বাহবাজ আহমেদক ট্ৰেড উইণ্ড’ত অন্তৰ্ভুক্ত কৰিছে হায়দৰাবাদে।

best web portal in assamenewsneenewsne assamINDIA
Comments (0)
Add Comment