এগৰাকী নাৰীক লগ পাওঁতে মহিলাৰ কোনটো বস্তুত পুৰুষৰ প্ৰথমে চকুত পৰে। জানিলে আঁচৰিত হ’ব আপুনি!

চাণক্যৰ মতে, এজন পুৰুষতকৈ এগৰাকী নাৰী বহুগুণে ওপৰত। এগৰাকী নাৰীৰ গাত এনে বহু গুণ আছে যিবোৰ এজন পুৰুষৰ ক্ষেত্ৰত অভাৱ।

এজন পুৰুষে যেতিয়া এগৰাকী নাৰীক প্ৰথমে লগ পায়, তেতিয়া পুৰুষজনৰ দৃষ্টি পৰে নাৰীগৰাকীৰ চৰিত্ৰৰ ওপৰত। এগৰাকী নাৰীৰ সহজ-সৰল গুণটোৱে পুৰুষক সহজে সন্তুষ্ট কৰিব পাৰে।

তাৰোপৰি যদি নাৰীগৰাকী আনন্দময় হয়, তেনেহ’লে সেই গুণটোৱে পুৰুষক যথেষ্ট আকৰ্ষিত কৰিব পাৰে।

কিন্তু নাৰীগৰাকী যদি বেছি সুলভ চৰিত্ৰৰ হয় তেন্তে তেনে নাৰীক কোনো পুৰুষৰ পছন্দৰ নহয়। তাৰ বিপৰীতে এগৰাকী সাহসী নাৰীক পুৰুষে বহুত বেছি ভাল পায়।

তেনে নাৰীৰ সৈতে এজন পুৰুষে কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলৈও ভয় নকৰে। এইকেইটা গুণৰ উপৰিও নিজক আনৰ সমুখত বেছিকৈ দাঙি নধৰা আৰু পৰিয়ালক নিজতকৈও বেছি ভাল পোৱা গুণটোৱে নাৰীগৰাকীৰ প্ৰতি পুৰুষক আকৃষ্ট কৰিব পাৰে।

লগতে পঢ়ক: গ্ৰাম্য জীৱিকাৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্য মন্ত্ৰী অতুল বৰাৰ! SITAৰ উপাধ্যক্ষ নাৰায়ণ চন্দ্ৰ বৰকটকীৰ সৈতে অতুল বৰাৰ গুৰুত্বপূৰ্ণ বৈঠক।

Comments (0)
Add Comment