কেৰিয়াৰৰ আৰম্ভণিতে অৰ্থাৎ কৈশোৰ কালত যথেষ্ট ৰঙীণ স্বভাৱৰ আছিল এইজন অভিনেতা। ছোৱালীৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছিল। প্ৰতিটো কথাতে অভিনেতাজন যথেষ্ট স্পষ্টীবাদী।
ইতিমধ্যে তেওঁ অভিনেতা হিচাপে নিজকে প্ৰমাণ কৰি দেখুৱাইছে। তাৰোপৰি স্বামী হিচাপে তেওঁ কেনেকুৱা সেই কথাও প্ৰমাণ কৰি দেখুৱাইছে।
সৰুতে হোৱা এক সাক্ষাৎকাৰত অভিনেতা ৰণবীৰ সিঙে স্পষ্ট কৰে সকলো কথা। তেওঁ কৈছিল যে, ‘মাত্ৰ ১৮ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে তেওঁ ভাৰ্জিনিটি হেৰুৱাইছিল’।
জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। যদিও এইসমূহ কথা আচহুৱা যেন লাগে তথাপিও এয়াই সত্য। তাৰ পিছতো ৰণবীৰ ইয়াতেই ক্ষান্ত নাথাকিল, তেওঁ বাৰে বাৰে এই সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল।
আনকি তেওঁ সদায় পকেটত সদায় কণ্ডম ৰখাৰ কথাও স্বীকাৰ কৰিছিল।
অৱশ্যে দীপিকা অতীত, দীপিকা জীৱনলৈ অহাৰ পিছতে সলনি হৈ পৰিল ৰণবীৰ। দীপিকাৰ প্ৰেমত পৰি তেওঁক বিয়া কৰাই ৰণবীৰে নিজকে নাৰী মহলৰ পৰা আঁতৰাই ৰাখিছে বুলিও স্বীকাৰ কৰে।
লগতে পঢ়ক: বিবাহিত পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব পাৰিব প্ৰাপ্তবয়স্ক যুৱতীয়ে ! উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান!