চিবিআইয়ে কৰিব হাথৰছ কাণ্ডৰ তদন্ত;ৰুজু হৈছে গোচৰ

0 626

দেওবাৰে উত্তৰ প্ৰদেশৰ হাথৰছ ধৰ্ষনকাণ্ডৰ এটা বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আনুষ্ঠানিকভাৱে তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআইয়ে।চিবিআইয়ে উত্তৰ প্ৰদেশৰ গজিবাদত ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাৰ অধীনত হত্যাৰ চেষ্টা (৩০৭), দলবদ্ধ ধৰ্ষণ(৩৭৬ ডি), হত্যা(ধাৰা নং ৩০২) আৰু অনুসূচীত জাতি, অনুসূচীত জাতি(অত্যাচাৰ প্ৰতিৰোধ)আইন, ১৯৮৯ৰ ধাৰা ৩(উৎপীড়ন)ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

media school
Leave A Reply

Your email address will not be published.