জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ নতুন ফৰ্মূলা

0 6,832

জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ নতুন ফৰ্মূলা ৷ আপ, তৃণমূল কংগ্ৰেছৰ লগত মিত্ৰতাৰ প্ৰস্তাৱ চিদাম্বৰমৰ ৷ আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এই নতুন প্ৰস্তাৱ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ শাসকীয় বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে আম আদমী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব ৷ পাঁচ ৰাজ্যৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰাৰ পিছত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে হাই কমাণ্ড ছোনিয়া গান্ধীৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰে ৷ জি-২৩ নেতাসকলৰ মাজত ভাঙোন নহ’বলৈ আহ্বান জনাই চিদাম্বৰমে কয় যে ব্লক, জিলা আৰু ৰাজ্যিক ভিত্তিতো কংগ্ৰেছে উক্ত দল দুটাৰ সৈতে মিত্ৰতা কৰিবলৈ প্ৰস্তুত ৷

Leave A Reply

Your email address will not be published.