পাকিস্তানত পুনৰ ভয়ানক বোমা বিস্ফোৰণৰ ঘটনা

0 4,552

পাকিস্তানত পুনৰ ভয়ানক বোমা বিস্ফোৰণৰ ঘটনা ৷ পঞ্জাৱ প্ৰদেশৰ শিয়ালকোটৰ সেনা বাহিনীৰ অস্ত্ৰভৰাঁলত হৈছে এই বিস্ফোৰণ ৷ আজি পুৱাৰ ভাগতে সংঘটিত কেইবাটাও বিস্ফোৰণৰ ফলত পাক সেনাৰ অস্ত্ৰ ভাণ্ডাৰ ধ্বংস হোৱাৰ আশংকা কৰা হৈছে ৷ বিস্ফোৰণৰ লগেলগে সমগ্ৰ অঞ্চলত ব্যাপক জুই আৰু ধোঁৱাই আতংকৰ সৃষ্টি কৰে ৷এতিয়ালৈকে কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ ১৮৫২ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা ঐতিহাসিক সেনা কেন্টনমেন্ট প্ৰায় ধ্বংস হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.