আজিৰে পৰা উপলব্ধ হ’ল এশ টকীয়া মুদ্ৰা ।

0 805

আজিৰে পৰা দেশত উপলব্ধ হ’ল এশ টকীয়া মুদ্ৰা ।

পুৱা ১১বজাত উন্মোচন কৰা হ’ল এশ টকীয়া মুদ্ৰা ।

কাগজৰ এশ টকাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰিব এশ টকীয়া মুদ্ৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰা এই এশ টকীয়া মুদ্ৰা
৪ টা ধাতুৰ সংযোগেৰে তৈয়াৰী ।

গোৱালিয়াৰৰ ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ শত বাৰ্ষিকী জন্মজয়ন্তী উপলক্ষে উন্মোচন কৰে এই মুদ্ৰা ।

ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ আলোকচিত্ৰ খোদিত কৰা হৈছে এশ টকীয়া মুদ্ৰাৰ এপিঠিত ।

Leave A Reply

Your email address will not be published.