কাৰ পাৰ্কিঙৰ সকলো গোচৰ উঠাই লোৱা হ’ব-উদ্ধৱ থাকৰে

0 685

 এ.আই.আই. মেট্ৰ’ কাৰ পাৰ্কিং বিৰুদ্ধে প্ৰদৰ্শন কৰা সকলোলোকৰ বিৰুদ্ধে গোচৰটো আঁতৰোৱাৰ কথা ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে। মেট্ৰ’কাৰ পাৰ্কিং এতিয়া কণজুমাৰ্গলৈ স্থানান্তৰ কৰা হ’ব বুলি মন্তব্য কৰি থাকৰে কয় যে কণজুমাৰ্গ চৰকাৰী ভূমি, সেয়েহে ইয়াত স্থানান্তৰ কৰিলে কোনো অতিৰিক্ত ব্যয় নহ’ব।আমি চৰকাৰী টকা নষ্ট হ’বলৈ নিদিও বুলি থাকৰে কোৱাৰ লগতে আদিত্য থাকৰে, অজিত পাৱাৰ, বালাচাহেব থৰাট, সুনীল কেদাৰ আৰু মেট্ৰ’ বিষয়াসকলক ধন্যবাদ জনায়।এতিয়া কাৰ পাৰ্কিংৰ সকলো ধৰণৰ অনিশ্চয়তা দূৰ হৈছে।

media school
Leave A Reply

Your email address will not be published.