এই সমূহ নীতি-নিৰ্দেশনা মানি পাতিব পাৰিব দুৰ্গা পূজা

0 642

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰশাসনৰ অনুমতি লৈ পাতিব পাৰিব পূজা। লগতে মানিব লাগিব কেতবোৰ নীতি নিয়ম।

এইবাৰ খোলা পেণ্ডেলত পাতিব পাৰিব দুৰ্গা পূজা।

পঞ্চমীৰ দিনা কৰ’ণাৰ পৰীক্ষা কৰিব লাগিব‌ দূৰ্গা পূজাৰ পুৰোহিত,স্বেচ্ছাসেৱক, পূজা কমিটিৰ সকলো লোকে ।

পূজাস্থলীত কোনো সাংস্কৃতিক অনুষ্ঠান অথবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব।

প্ৰতিমা বিসৰ্জনৰ সময়ত নহ’ব কোনো শোভাযাত্ৰা ৷

প্ৰতিমা বিসৰ্জনৰ পিছত দ্বিতীয়টো কোভিড টেষ্ট কৰা বাধ্যতামূলক।

নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব প্ৰতিটো পূজা মণ্ডপ।

পেণ্ডেলৰ প্ৰৱেশ-প্ৰস্থানৰ পথ পৃথক হ’ব লাগিব৷

মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক ৷

পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা।

পেণ্ডেলত একে সময়তে ৫০ জনতকৈ অধিক ব্যক্তি থাকিব নোৱাৰিব।

হোটেল ৰেষ্টুৰেণ্ট নিশা ৯ বজাত বন্ধ কৰিব লাগিব।

পূজাৰ দিন কেইটাত হোটেল-ৰেস্তোৰা ৯ বজাত বন্ধ কৰিব লাগিব

দুই তিনি দিনলৈ বিসৰ্জনৰ ব্যৱস্থা কৰিব প্ৰশাসনে।

media school
Leave A Reply

Your email address will not be published.