মহাজাগতিক পৰিঘটনা ! আজি আকাশত দেখা যাব মঙলগ্ৰহ

0 678

১৩ অক্টোবৰ অৰ্থাৎ আজি নিশা জোনবাইৰ দৰে আকাশত দৃশ্যমান হ’ব মঙলগ্ৰহ।

আজি মঙলগ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব।

যাৰ ফলত গ্ৰহটো দৃশ্যমান হ’ব জোনবাইৰ দৰে ডাঙৰ ৰূপত।

মঙল গ্ৰহে সূৰ্য্যৰ ঠিক বিপৰীত স্থানত অৱস্থান কৰিব আৰু পৃথিৱী থাকিব মঙল আৰু সূৰ্য্যৰ মধ্যৱৰ্তী স্থানত ৷

সেই সময়ত, গ্ৰহটো টেলিস্কোপেৰে চালে উজ্জ্বল আৰু স্পষ্ট আকৃতিত দেখা যাব।

বিজ্ঞানীসকলৰ লগতে বহু লোক অপেক্ষাৰত মঙল গ্ৰহক টেলিস্কোপেৰে চাবলৈ।

এই দৃশ্য পুনৰবাৰ প্ৰত্যক্ষ কৰিবলৈ ২০৩৫ চনলৈ অপেক্ষা কৰিব লাগিব বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে ।

media school
Leave A Reply

Your email address will not be published.