গ্ল’ৱেল হেণ্ডৱাচ ডে;স্বচ্ছতাৰ দিশে এখোজ

0 597

১৫অক্টোবৰ অৰ্থ্যাত আজিৰ দিনটো সমগ্ৰ বিশ্বতে হাতধোৱা দিৱস হিচাপে পালন কৰা হয়। ২০০৮চনত পোনপ্ৰথমবাৰৰ বাবে গ্ল’ৱেল হেণ্ডৱাচিং পাৰ্টনাৰশ্বিপে বিশ্ববাসীক হাতধোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অধিক সতৰ্ক কৰাৰ উদ্দেশ্যৰে গ্ল’ৱেল হেণ্ডৱাচ ডে’ পালন কৰিছিল। সমাজৰ প্ৰতিজন শিশুৰ পৰা বৃদ্ধলৈ যাতে হাতধোৱা পৰ্বটো এক কৰ্ম সংস্কৃতিলৈ পৰিবৰ্তিত হয় এই উদ্দেশ্যৰে আজিৰ দিনটো গ্ল’ৱেল হেণ্ডৱাচ ডে’ হিচাপে পালন কৰা হয়।

media school
Leave A Reply

Your email address will not be published.