প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে নতুন ৭৫টকীয়া মুদ্ৰা

0 872

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খাদ্য আৰু কৃষি সংস্থাৰ ৭৫তম বাৰ্ষিকী উপলক্ষে মুকলি কৰে ৭৫ টকা মূল্যৰ এক স্মাৰক মুদ্ৰা ।

একে সময়তে বিকশিত ৮বিধ শস্যৰ ১৭বিধ জৈৱ-সংবৰ্ধিত প্ৰকাৰ দেশ নামত উৎসৰ্গিত কৰে।

মুদ্ৰা মুকলি কৰি প্ৰধান মন্ত্ৰী মোদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত পুষ্টিহীনতাৰ দিশত নিৰন্তৰভাৱে কাম কৰি থকাসকলক অভিনন্দন জনায়।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতবৰ্ষ উপলক্ষে ১০০ টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰে ।

media school
Leave A Reply

Your email address will not be published.