অস্কাৰ বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ভানু আথাইয়াৰ দেহৱাসান।

0 1,100

বিশ্ব চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান অস্কাৰ বিজয়ী প্রথম ভাৰতীয়, প্রবীণ কষ্টিউম ডিজাইনাৰ ভানু আথাইয়া আৰু নাই ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ভানু আথাইয়াই

১৯৮৩ চনত ৰিছার্ড এটেনব’ৰৰ ‘গান্ধী’ ছবিখনৰ বাবে অস্কাৰ লাভ কৰিছিল ।

ভানু আথেয়া ‘অস্কাৰ’ বঁটা লাভ কৰা প্রথমগৰাকী ভাৰতীয়।

প্ৰায় ১০০খন ছবিত কষ্টিউম ডিজাইনাৰ হিচাপে কাম কৰিছিল আথেয়াই।

ইয়াৰ উপৰিও, আমিৰ খানৰ জনপ্ৰিয় ছবি ‘লগান’ আৰু শ্ৰীদেৱী অভিনীত ছবি ‘চান্দনী’তো কাম কৰিছিল ভানু আথেয়াই।

media school
Leave A Reply

Your email address will not be published.