ভাৰতীয় সেনাৰ অস্ত্ৰ ভাণ্ডাৰত শীঘ্ৰে সংযুক্ত হ’ব হাইপাৰছ’নিক মিছাইল

0 784

প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৰ্তমান পিছ পৰি থকা নাই ভাৰত।বিশ্বৰ দ্ৰুতবেগী মিছাইল, ভাৰতবৰ্ষৰ ব্ৰাহ্মছতকৈও বেগী ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত হাইপাৰছ’নিক ক্ৰুজ মিছাইলৰো অধিকাৰী হোৱাৰ পথত বৰ্তমান ভাৰতবৰ্ষ ৷উল্লেখযোগ্য যে এই হাইপাৰছনিক ক্ৰুজ মিছাইলৰ গতিবেগ শব্দতকৈও বেছি,ছেকেণ্ডত ৩০০মিটাৰ এই মিছাইল ভূপৃষ্ঠৰ পৰা কম উচ্চতাৰে গতি কৰি লক্ষ্যস্থলত আঘাত কৰিব পৰা ক্ষমতাসম্পন্ন ৷

প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ডঃ জি সতীশ ৰেড্ডীয়ে ১৪ অক্টোবৰ তাৰিখে প্ৰকাশ কৰা অনুসৰি অহা চাৰিৰপৰা পাঁচ বছৰৰ ভিতৰত ভাৰতে হাইপাৰছ’নিক ক্ৰুজ মিছাইল লাভ কৰিবলৈ সক্ষম হ’ব।বৰ্তমানআমেৰিকা, ৰাছিয়া, চীন হাইপাৰছ’নিক মিছাইলৰ অধিকাৰী।

media school
Leave A Reply

Your email address will not be published.