পুনৰ ৩ খন ৰাফেল বিমান সংযোজিত হ’ব ভাৰতীয় বায়ু সেনাত
অধিক শক্তিশালী হ’ব ভাৰতীয় বায়ু সেনা।ভাৰতে শীঘ্ৰেই লাভ কৰিব আৰু ৩ খন অত্যাধুনিক ৰাফেল যুদ্ধবিমান ।
আগন্তুক দিনত শত্ৰুক পৰাভূত কৰিব পৰাকৈ শক্তিশালী ৰূপত সাজু হৈ উঠিছে ভাৰত।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, নৱেম্বৰৰ মাহত ফ্রান্সৰ পৰা হাৰিয়ানাৰ আম্বালা এয়াৰবেছত উপস্থিত হ’ব ৩ খন ৰাফেল যুদ্ধ বিমান ।
ফ্ৰাঞ্চৰ সৈতে ভাৰতে প্ৰায় ৪ বছৰৰ আগতে চুক্তি কৰিছিল ৫৯০০০ কোটি টকাৰে ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰা ।
ইয়াৰে ৫ খন ৰাফেল ইতিমধ্যেই লাভ কৰিলে ভাৰতে
এই ৰাফেল বিমানসমুহক উৰুৱাৰ দায়িত্ব প্ৰদান কৰা হৈছে।
১৭ জন গোল্ডেন স্কুৱাড্ৰনক ।