কেৱল মহিলাৰ দ্বাৰা গঠন হ’ল নতুন আঞ্চলিক ৰাজনৈতিক দল ।

0 583

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

গঠন হৈছে ইটোৰ পিছত সিটো নতুন আঞ্চলিক ৰাজনৈতিক দল।

‘অসম জাতীয় পৰিষদ’, ‘ৰাইজৰ দল’, ‘অসম গণ মঞ্চ’ আদিৰ পিছতে এইবাৰ আকৌ গঠন হ’ল অন্য এটা নতুন আঞ্চলিক ৰাজনৈতিক দল।

হোজাইত গঠন কৰা হৈছে ‘খিলঞ্জীয়া ঐক্যমঞ্চ’ নামেৰে এটা নতুন দল।

কিন্তু এই দলটো কিছু পৃথক। কেৱল মহিলাৰ দ্বাৰা গঠন কৰা হৈছে দলটো।

ইতিমধ্যে আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিব বুলিও ৰাজনৈতিক দলটোৰ নেতৃত্বই ঘোষণা কৰিছে।

media school
Leave A Reply

Your email address will not be published.