“পঞ্জাৱত বিহাৰৰ কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দৰ্ভত ৰাহুল গান্ধী নীৰৱ কিয়”-নিৰ্মলা সীতাৰমন

0 604

বিহাৰৰ এটি ছয় বছৰীয়া দলিত কন্যা শিশুক পঞ্জাৱৰ হোছিয়াৰপুৰ জিলাৰ টাণ্ডাত বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাত ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা বুলি সমালোচনাত মুখৰ হৈছে বিজেপি। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে মন্তব্য কৰিছে যে হাথৰসত ধৰ্ষিতা যুৱতীৰ আত্মীয়ক সাক্ষাৎ কৰা ৰাহুল গান্ধীয়ে এই ঘটনাটো সন্দৰ্ভত এটা শব্দও কোৱা নাই।মৃত শিশুটিক ন্যায় দিবই বুলি সীতাৰমনে উল্লেখ কৰে।

media school
Leave A Reply

Your email address will not be published.