গুৰুতৰ ভাৱে অসুস্থ জগদীশ মুখী;এইমছত চিকিৎসাধীন

0 255

গুৰুতৰভাৱে অসুস্থ হৈছে অসমৰ ৰাজ্যপাল জগদীশ মুখী।জানিব পৰা মতে,দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা মুখীৰ শনিবাৰে স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। ইতিমধ্যে ৰাজ্যপালগৰাকীক দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হৈছে।অৱশ্যে এই ক্ষেত্ৰত ৰাজভৱন অথৱা অসম ভৱনে কোনো তথ্য প্ৰকাশ কৰা নাই।

media school
Leave A Reply

Your email address will not be published.