চি এছ কে,ধোনীলৈ সমৰ্থন;সাক্ষীৰ আৱেগিক কবিতা

0 606

আইপিএলৰ ইতিহাসত প্ৰথমবাৰলৈ প্লে-অফত স্থান লাভ কৰাৰ পৰা বিৰত থাকিল চেন্নাই চুপাৰ কিংছ।দলৰ এই ব্যৰ্থতাত স্বাভাৱিকতে নিৰাশ হৈছে দলটোৰ অনুৰাগীসকল।কিন্তু দলটোৰ এই ব্যৰ্থতাৰ সময়ত সমৰ্থনৰ হাত আগবঢ়াইছে সাক্ষী ধোনীয়ে।ইনষ্টাগ্ৰামত সাক্ষী ধোনীয়ে লিখিছে এটা আৱেগিক কবিতা।ইনষ্টাগ্লামত সাক্ষীয়ে লিখিছে -এয়া মাত্ৰ খেলা…তুমি কিছুমানত জিকিবা ,কিছুমানত হাৰিবা…..।
উল্লেখ্য যে আইপিএলৰ অন্যতম শক্তিশালী দল হ’ল চি এছ কে।ইতিমধ্যে আইপিএলৰ তিনিটা ছীজনত বিজয়ী হৈছিল চিএছ কে।কিন্তু চলিত আইপিএল ছীজনত সফল ন’হল ধোনী বাহিনী।

media school
Leave A Reply

Your email address will not be published.