২০২১ৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত একত্ৰিত হৈ অৱতীৰ্ণ হ’ব চিপিএম-কংগ্ৰেছ

0 248

আগন্তুক ২০২১ চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত চিপিএম আৰু কংগ্ৰেছ দল একত্ৰিত হৈ অৱতীৰ্ণ হ’ব।ইতিমধ্যে চিপিএম পলিট ব্যুৰোয়ে কংগ্ৰেছৰ সৈতে জোঁটবন্ধনৰ প্ৰস্তাৱত সন্মতি জনাইছে।উল্লেখযোগ্য যে ২০১৬ চনতো ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে জোঁটবন্ধনৰে ভোটযুদ্ধত নামিছিল।কিন্তু,২০১৯ চনৰ লোকসভা নিৰ্বাচনত বহু প্ৰয়াস কৰাৰ পিছতো দল দুটাৰ মাজত পশ্চিমবংগত জোঁটবন্ধন সম্ভৱপৰ হোৱাগৈ নাছিল।

media school
Leave A Reply

Your email address will not be published.