আমেৰিকাৰে গুৰুত্বপূৰ্ণ চুক্তি;ভাৰতে লাভ কৰিব ৰীপাৰ ড্ৰোন!

0 349

আমেৰিকা-ভাৰতৰ মাজত সম্পন্ন হোৱা ২+২ সন্মিলনৰ সময়তে দুই দেশৰ মাজত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।এই চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে ভাৰতে ক্ৰয় কৰিব পাৰিব আমেৰিকাৰ দীৰ্ঘ দূৰত্বভেদী সশস্ত্ৰ ড্ৰোণ।এই কথা প্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।এই দীৰ্ঘ দূৰত্ব ভেদী সশস্ত্ৰ ড্ৰোনৰ জৰিয়তে ভাৰতে স্থলভাগত অথবা সমুদ্ৰত শত্ৰুৰ ওপৰত আঘাট হানিবলৈ সক্ষম হ’ব।উল্লেখ্য যে দেশৰ সশস্ত্ৰ বাহিনীয়ে আমেৰিকাৰ পৰা ৩০খন হাণ্টাৰকিলাৰ ছী গাৰ্জিয়ান অথবা এম কীউ-৯ ৰীপাৰ ড্ৰোন ক্ৰয়ৰ বাবে প্ৰস্তাৱ আগবঢ়াই আহিছে।

media school
Leave A Reply

Your email address will not be published.