সামাজিক মাধ্যমক চুপ্ৰিম ক’ৰ্টৰ ৰক্ষাকৱচ

0 342

ছ’চিয়েল মিডিয়াত কোনো ব্যক্তিয়ে চৰকাৰক সমালোচনা কৰিলে সেই ব্যক্তিজনক আৰক্ষীয়ে কৰিব নোৱাৰিব হাৰাশাস্তি।আনকি অধিকাংশ সমালোচনাৰ ক্ষেত্ৰত এফ আই আৰ দাখিল কৰিব পৰা অপৰাধ হিচাপেও গণ্য কৰা নহ’ব।এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে দেশৰ উচ্চতম ন্যায়ালয়ে।উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ইন্দিৰা বন্দোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশনা প্ৰদান কৰে।খণ্ড বিচাৰপীঠে কয়-‘ক্ষুদ্ৰ কাৰণত যদি চৰকাৰ ইৰু আৰক্ষীয়ে সাধাৰণ জনতাক চমন জাৰি কৰি হাৰাশাস্তি কৰে তথা বাক স্বাধীনতাক খৰ্ব কৰাৰ প্ৰয়াস কৰে তেন্তে আদালতে এনে ঘটনাত হস্তক্ষেপ কৰিবই লাগিব’।

media school
Leave A Reply

Your email address will not be published.