কিম্বদন্তি অভিনেতা ছন কনেৰিৰ মৃত্যু

0 377

হেৰাই গ’ল জেমছ বণ্ড ছন কনেৰি।জেমছ বণ্ড চৰিত্ৰৰ প্ৰথমজন অভিনেতা ছন কনেৰিৰ শনিবাৰে দেহাৱসান ঘটে।ৰবিবাৰে কিম্বদন্তি অভিনেতাগৰাকীৰ পুত্ৰ জেছন কনেৰিয়ে সাংবাদিকৰ আগত জনোৱা মতে,কিছুদিন ধৰি তেওঁৰ পিতৃ বাৰ্ধক্যজনিত ৰোগৰ বাবে অসুস্থ হৈ আছিল।যোৱা আগষ্ট মাহত কনেৰিৰ ৯০সংখ্যক জন্মদিন।যশস্বী অভিনেতাগৰাকীৰ মৃত্যুত হলিউডৰ অভিনেতা হু জেকমেনে কয়-‘আমি তেওঁক আদৰ্শ হিচাপে লৈ ডাঙৰ-দীঘল হৈছো।ছবিজগতৰ কিম্বদন্তি ছন কনেৰি আৰু নাই ।তেওঁ শান্তিৰে থাকক

media school
Leave A Reply

Your email address will not be published.