ব্ৰিটেইনত ক’ৰোনা সংক্ৰমণৰ দ্বিতীয়টো ঢৌ;পুনৰ এমহীয়া লকডাউন

0 355

গ্ৰেট ব্ৰিটেইনত ক’ৰ’না সংক্ৰমণৰ দ্বিতীয়টো ঢৌ চলাৰ পৰিপ্ৰেক্ষিতত পুনৰ ঘোষণা কৰা হৈছে ‘লকডাউন’।দেশখনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০ লাখতকৈ অধিক হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী বৰিছ জনচনে এমাহৰ বাবে লকডাউনৰ ঘোষণা কৰে।এই লকডাউনত চিকিৎসা,শিক্ষা আৰু জীৱিকা নিৰ্বাহৰ হেতু ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ বাহিৰে অন্য কাৰণত নাগৰিকসকল ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব।অহা ৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈ এই লকডাউন ২ ডিচেম্বৰলৈ চলিব।উল্লেখ্য যে বৰ্তমানলৈ ব্ৰিটেইনত ৪৬,০০০ হাজাৰতকৈ অধিক লোকৰ ক’ৰ’না আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

media school
Leave A Reply

Your email address will not be published.