মাৰ্কিন যুক্তৰাষ্ট্ৰই পাকিস্তানৰ তুলনাত ভাৰতক অধিক গুৰুত্ব দিয়ে”-অসন্তুষ্ট ইমৰান খান

0 454

ভাৰত-আমেৰিকাৰ ঘনিষ্ঠতাক লৈ সন্তুষ্ট নহয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান।এখন জাৰ্মান আলোচনীক প্ৰদান কৰা সাক্ষাৎকাৰত খানে কয় যে দক্ষিণ এছিয়াত যিকোনো সময়ত সংঘৰ্ষৰ সূত্ৰপাত হ’ব পাৰে।সেয়ে আমেৰিকাত যিজন ব্যক্তিয়েই ৰাষ্ট্ৰপতি হওক কিয়,সেইজন ব্যক্তিয়ে পাকিস্তানক ভাৰতৰ সমানে গুৰুত্ব দিয়াৰ প্ৰয়োজন।উল্লেখ্য যে বৰ্তমান মূলতঃ চীনক প্ৰতিৰোধ কৰিবলৈ মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতক পাকিস্তানৰ তুলনাত যথেষ্ট অধিক গুৰুত্ব দিয়ে।

media school
Leave A Reply

Your email address will not be published.