আমেৰিকাৰ পৰা সামৰিক পোছাক ক্ৰয় কৰিব ভাৰতে

0 266

সেনাবাহিনীৰ বাবে আমেৰিকাৰ পৰা শীতৰ ইউনিফৰ্ম কৰিব পাৰে ভাৰতে।ভাৰতীয় সেনাই যাতে অতিপাত শীততো শক্ৰ পক্ষৰ বিৰুদ্ধে যুঁজ দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমেৰিকাৰ পৰা সামৰিক পোছাক ক্ৰয় কৰিব ভাৰতে।এই কথা প্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।ইয়াৰ পূৰ্বেও ভাৰতে চীন আৰু ইউৰোপৰ পৰা সেনাৰ বাবে গৰম পোছাক ক্ৰয় কৰিছিল।কিন্তু শেহতীয়াকৈ চীন আৰু ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ বাবে আমেৰিকাৰ পৰা সেনাৰ বাবে শীতৰ পোছাক ক্ৰয়ৰ সিদ্ধান্ত লৈছে ভাৰতে।

media school
Leave A Reply

Your email address will not be published.