ৰাজধানী দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ:অস্বস্তিত দিল্লীবাসী

0 248

ক্ৰমশঃ বিষাক্ত হ’বলৈ ধৰিছে ৰাজধানী দিল্লীৰ বায়ু।কাষৰীয়া পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে পথাৰত শস্যৰ অৱশেষ জ্বলোৱাত তাৰ ধোঁৱাই চানি ধৰিছে দিল্লীৰ আকাশ।প্ৰতিটো পুৱাতে দিল্লীৰ আকাশত দেখা গৈছে ‘স্মগ’ৰ আৱৰণ। যাৰ ফলত এতিয়া চৰম অস্বস্তিত পৰিছে দিল্লীবাসী বৰ্তমান দিল্লীৰ বায়ুৰ গুণাগুণ ‘অতি বেয়া’ বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে উল্লেখ কৰিছে।

media school
Leave A Reply

Your email address will not be published.