ৰঙা চীনলৈ শেন চকু পিনাকাৰ;ভাৰতে সম্পন্ন কৰিলে সফল পৰীক্ষণ—-

0 257

চিৰবৈৰী ৰঙা চীনলৈ দৃষ্টি নিক্ষেপ কৰি সাজু হৈছে পিনাকা।বুধবাৰে ভাৰতে উৎক্ষেপণ কৰে হস্ৰ দূৰত্বভেদী ‘পিনাকা’ ৰকেট ব্যৱস্থাৰ নতুন সংস্কৰণ।প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণৰ দ্বাৰা বিকশিত সংস্থা চমুকৈ ডি আৰ ডি অ’ই এই পৰীক্ষণ সম্পন্ন কৰে।জানিব পৰা ম’তে পিনাকা ৰকেটৰ নতুন সংস্কৰণে প্ৰায় ৬০ৰ পৰা ৯০কিলোমিটাৰ পৰ্যন্ত দূৰত্ব ভেদ কৰিব পাৰে।বুধবাৰে ওড়িশাৰ উপকূলৱৰ্তী চাণ্ডীপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা সম্পন্ন কৰা হয়।বিগত বৰ্ষত ডি আৰ ডি অ’ৱে সম্পন্ন কৰা পিনাকা ৰকেট ব্যৱস্থাৰ দূৰত্ব আছিল ৭০-৯০কিলোমিটাৰ।

media school
Leave A Reply

Your email address will not be published.