ক’ৰোনা প্ৰতিষেধকৰ নামত মানৱ দেহত বিজাণু প্ৰয়োগ কৰিব নোৱাৰিব-উচ্চতম ন্যায়ালয়

0 216

কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে মানৱ দেহত কোনো ধৰণৰ বিজাণুনাশক স্প্ৰে নাইবা ছেনিটাইজেচন টানেল পদ্ধতি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক এমাহৰ সময়সীমা বান্ধি দিয়ে আদালতে।উল্লেখ্য যে,যোৱা ২৪ঘণ্টাত ভাৰতত ৫০হাজাৰৰো অধিক লোকৰ দেহৰ ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে।যোৱা ১০দিনৰ ভিতৰত ক’ৰোনাত আক্ৰান্তৰ হাৰ বৃদ্ধি হোৱাক লৈ দেশৰ স্বাস্থ্য বিশেষজ্ঞসকল নিশ্চিতভাৱে চিন্তিত হৈ পৰিছে।

media school
Leave A Reply

Your email address will not be published.